uss niss - notxofar lyrics
তই উচ্
মই নীচ্
কোন গুৰু
কাৰ শিষ্
hi b-tch
hi b-tch
hi b-tch
hi b-tch
দুটা ঠেং, দুখন হাত , এটা মূৰ
এচাম দেৱতা আৰু কিছুমান অসুৰ
জাতি ভেদৰ বিচাৰক তহঁত একোটা কুকুৰ
নিজে সাজি লোৱা ঠেক গণ্ডীতে চৰি ফুৰ ।
স্বৰ্গখন বোলে আৰামি
নৰক খন বোলে হাৰামি
মৰতৰ অলিয়ে গলীয়ে
চহৰে নগৰে গাঁৱে ভূঞে
চলে আকৌ গোড়ামী
তই উচ্
মই নীচ্
কোন গুৰু
কাৰ শিষ্
hi b-tch
hi b-tch
hi b-tch
hi b-tch
কথাবোৰ কৈ ভাল লাগে
যদি সিহঁতৰ গাত লাগে
মোৰ বিপক্ষে মোক মাত লাগে
sick m-ss r ওচৰত মুখ পাত
যদি বিপ্লৱৰ ভাত লাগে ।
স্বচ্ছ নহয় তহঁতৰ মগজু আৰু মন
লেতেৰা বিচাৰ তহঁতৰ
কাৰ কিমান ধন
colorblind lil’ b-tch
motherf-cker গাৰ বৰণ
লৈ বিচাৰ নকৰো বুলি
কৰি ল পণ ।
তই উচ্
মই নীচ্
কোন গুৰু
কাৰ শিষ্
hi b-tch
hi b-tch
hi b-tch
hi b-tch
i spit straight poison
সমৰ্থকৰ নাই কোনো প্ৰয়োজন
i spit straight poison
সমৰ্থকৰ নাই কোনো প্ৰয়োজন
তই উচ্
মই নীচ্
কোন গুৰু
কাৰ শিষ্
hi b-tch
hi b-tch
hi b-tch
hi b-tch
written by notsofar © 2018
Random Song Lyrics :
- vrij als de wind - frank van etten lyrics
- sensation - tom allan & the strangest lyrics
- end of me - miss may i lyrics
- fire - mustasch lyrics
- som en sølle soldat - mc jesus lyrics
- e ashper si gjithmone - alban skenderaj lyrics
- bridges - timmy nawman lyrics
- you want me (lee-cabrera remix) - chantal chamandy lyrics
- pierwszy kawałek - dejan lyrics
- half empty - spillage village lyrics