taxi gari - nekib feat. priyanka lyrics
টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি
তই ও যাবি লগত
চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা
মিঠা মিঠা পৰশ
টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি
তই ও যাবি লগত
চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা
মিঠা মিঠা পৰশ
শ্বিলংৰে একা বেঁকা দীঘলীয়া বাট
তোৰে লগত গলে ভাগৰ
নালাগে দেহাত
কুঁৱলী বাৰে বাৰে কৰিব আঘাত
কিনো হৱ তোৰে মোৰে গৰম কলিজাত
টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি
তই ও যাবি লগত
চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা
মিঠা মিঠা পৰশ
মেঘে চিনিব পাহাৰ শিখৰক
তই ও চিনিবি মোৰ হৃদয়ক
টানি নিবি তোৰ বুকুৰে মাজত
জোৱাৰ উঠিব প্ৰেম সাগৰত
মেঘে চিনিব পাহাৰ শিখৰক
তই ও চিনিবি মোৰ হৃদয়ক
টানি নিবি তোৰ বুকুৰে মাজত
জোৱাৰ উঠিব প্ৰেম সাগৰত
বেলি ডুবি শ্বিলংতে হব গধূলি
তাতে মজা লাগিব মৰম বুটলি
তোৰে জানো ঘৰতে নিদিব গালি
ঘৰতে কম কিবা কম আছিলে বুলি
টেক্সি গাড়ী লৈ
যাম শ্বিলংত
আই ও দেহি
তই ও যাবি লগত
চেল্ফি মাৰি যাম
ওখ পাহাৰত
আই ও দেহা
মিঠা মিঠা পৰশ
কিনকিনিয়া বৰষুণতে
দেহা তিতিলে ভাল লাগিব
বনত জ্বলা জুই
জ্বলি নুমাব
মনত জ্বলা জুই
আৰু জ্বলিব
কিনকিনিয়া বৰষুণতে
দেহা তিতিলে ভাল লাগিব
বনত জ্বলা জুই
জ্বলি নুমাব
মনত জ্বলা জুই
আৰু জ্বলিব
বেলি ডুবি শ্বিলংতে হব গধূলি
কিযে মজা লাগিব মৰম বুটলি
পিছে তোৰে জানো ঘৰতে নিদিব গালি
ঘৰতে কম কিবা কম আছিলে বুলি
Random Song Lyrics :
- number one - vernie varga lyrics
- god bless you - arrested development lyrics
- love story - jaiden stylez lyrics
- real vamp - pcxre, psvch lyrics
- common motels - loose buttons lyrics
- the cave: season 4 - episode 6 - kenny beats lyrics
- после театра (after the theater) - симочка (simochka) lyrics
- oj ti vilo velebita - vjekoslav klaić lyrics
- нерусский рок (non-russian rock) - the starkillers (rus) lyrics
- лимбо (limbo) - knittta lyrics