tumar babe (তোমাৰ বাবে) - kishore raj narayan patar lyrics
Loading...
হয়তো তোমাক পাওঁ বুলিয়েই দুহাত মেলিছিলো
তোমাক পোৱাৰ আশাত প্ৰথম প্ৰেমত পৰিছিলো
অজানা পথেৰে আহি মোক তুমি লৈ গ’লা
অ’ অ’ অ’, অ’ ও অ’ ও অ’!
অজানা পথেৰে আহি তুমি মোক লৈ গ’লা
অ’ অ’ অ’, অ’ ও অ’ ও অ’!
সাৱতি ধৰাৰ মনেৰে
শিতানৰ গাৰুটোক টানিছিলো (তুমি বুলি)
অ’ মনে কিয়যে তোমাক বিচাৰে
অ’ মনে কিয়যে তোমাক বিচাৰে
তোমাৰ বাবেইতো মোৰে সপোন ভাগে
প্ৰতিদিনে তোমাৰে মুখখনি মনলৈ আহে
সেয়ে বিচাৰো তোমাকে প্ৰতিদিনে, প্ৰতিপলে
অ’ অ’ অ’, অ’ ও অ’ ও অ’!
অ’ অ’ অ’, অ’ ও অ’ ও অ’!
Random Song Lyrics :
- boom boom - ward richmond lyrics
- distant - kid nave lyrics
- plastic bagz - ruben slikk lyrics
- absolve - allegra krieger lyrics
- made it - themusicnerdguy lyrics
- luck and fear - alias & tarsier lyrics
- the queen - okkr lyrics
- aquamarine - wera bestrd lyrics
- 风平浪静(fēng píng làng jìng) - 譚維維 (tan weiwei) lyrics
- someone else - klemens nikulásson hannigan lyrics