tumi - dvibes lyrics
নীলাঞ্জনা নামৰ এটি গানৰ সুৰ
তোমাৰ চকুত দেখিলেহি ওলাই মোৰ
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
কৰিবা নে believe মোৰ এই কথাবোৰ
বিচাৰো মই তোমাকেই যে কাষত মোৰ
তথাপিও কিয় মোৰ আজি ভয় লাগে
তোমাকে দেখিলোঁ যেতিয়া সকলো মোৰ সলনি হল
মায়া লগা দুচকুতেই হঠাতে প্ৰেমৰ ৰচনা হল
কবলে বিচাৰো তোমাক নাই দেখা তোমাৰ দৰে কতো
কোন সৰগৰ পৰী হৈ আহিছে জীৱনত মোৰ ৰাখিব যতনে বিচাৰো
তথাপিও কিয় তোমাৰ কথা মনত পৰি থাকে (থাকে এ)
তথাপিও কিয় মনে আজি তোমাৰ কথাহি ভাবে (ভাবে এ)
(ভাবে এ)
সলনি হল সময় আৰু সলনি হলা তুমি (তুমি)
তথাপিও এই মোৰ মনে মাথো বিচাৰে তোমাকেই (তোমাকেই)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (bеlieve)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে beliеve (believe)
যাযাবৰী এক ৰাস্তাতেই মই হাবাথুৰি খায় আছো (আছো ও)
নিজকে বুজাবলৈ অনেক চেষ্টা কৰিছোঁ (কৰিছোঁ ও)
তথাপিও পৰা নাই নিজকে বুজাবলে মই
তোমাতেই মোৰ জীৱন তোমাতেই মোৰ সকলো (সকলো ও)
কেতিয়ানো তুমি বুজিবা মোৰ এই মৰমবোৰো (বোৰো)
কেতিয়ানো তুমি বুজিবা মোৰ এই মৰমবোৰো
এবাৰ ঘূৰি চোৱা তোমাৰ বাবে আছো ৰৈ (ৰৈ আছো)
এবাৰ ঘূৰি চোৱানা তোমাৰ বাবে আছো ৰৈ (ৰৈ)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি (তুমি)
ভাল*পাওঁ বুলি কলে কৰিবা নে believe (believe)
অ মোৰ জান তুমি
ভাল*পাওঁ বুলি কলে কৰিবা নে believe
অ মোৰ জান তুমি
ভাল*পাওঁ বুলি কলে কৰিবা নে believe
অ মোৰ জান তুমি
ভাল*পাওঁ বুলি কলে কৰিবা নে believe
অ মোৰ জান তুমি
ভাল*পাওঁ বুলি কলে কৰিবা নে believe…
Random Song Lyrics :
- lcq la melo - gelm cage lyrics
- quem é? - logado lyrics
- parachutes - serg lyrics
- red rocket - shakespear's sister lyrics
- cp3 - mizzynova lyrics
- nothing really matters (kruder & dorfmeister remix) - madonna lyrics
- babyboo - tcee lyrics
- aji tshufi - smazz tist lyrics
- bring it here - cherry lyrics
- šiandien negrįšiu - furytto lyrics